বিলাসীপাৰাত ভয়াৱহ পথ দুৰ্ঘটনা, বালি কঢ়িওৱা ট্রাকে মহতিয়ালে ১০ বছৰীয়া ছাত্রক…

বিলাসীপাৰাত ভয়াৱহ পথ দুৰ্ঘটনা, বালি কঢ়িওৱা ট্রাকে মহতিয়ালে ১০ বছৰীয়া ছাত্রক…
  • বিলাসীপাৰাৰ সাপাতগ্রামত পথ দুৰ্ঘটনাক কেন্দ্র কৰি উত্তেজনা।
  • বালি কঢ়িওৱা ট্রাকে মহতিয়ালে ১০ বছৰীয়া ছাত্রক।
  • নিহত ছাত্রজন বালাপাৰা ১ম খণ্ডৰ গাঁৱৰ মাহমাদুল হাছান।
  • দুৰ্ঘটনাৰ পিছতে উত্তেজতি হৈ পৰে একাংশ ৰাইজ।
  • উত্তেজিত জনতাই জ্বলাই দিয়ে ৩খন বালি কঢ়িওৱা ট্রাক।
  • জ্বলাই দিয়ে শিল-বালি মহলৰ অস্থায়ী কাৰ্যালয়ো।
  • ছাত্রজনৰ মৃতদেহ লৈ পথ অৱৰোধ উত্তেজিত ৰাইজৰ।
  • ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোক মোতায়েন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in