বাক্সাৰ উলুবাৰীত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

  • বাক্সাৰ উলুবাৰীত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ।
  • বুঢ়াদিয়া নৈত উটি অহা অৱস্থাত উদ্ধাৰ নাৰায়ণ শৰণীয়া নামৰ লোকজনৰ মৃতদেহ।
  • বুঢ়াদিয়া নৈৰ ওপৰত থকা জৰাজীৰ্ণ দলঙৰ পৰা পৰি লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।
  • ৰাইজে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে মৃতদেহটো।
  • ঘটনাস্থলীত উপস্থিত হৈছে আঠিয়াবাৰী আৰক্ষী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in