বাক্সাৰ তামুলপুৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

বাক্সাৰ তামুলপুৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
  • বাক্সাৰ তামুলপুৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ।
  • পথ মেৰামতিৰ দাবীত এই প্ৰতিবাদ।
  • সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচী।
  • শুকুৰবাৰৰ পুৱা ১০ বজাৰ পৰা ১২ বজালৈ ৰূপায়ণ প্ৰতিবাদ।
  • ঘগ্ৰাপাৰ-তামুলপুৰ পথ শীঘ্ৰে মেৰামতি তথা পকীকৰণৰ দাবী প্ৰতিবাদকাৰীৰ।
  • পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত শ শ ছাত্ৰ-ছাত্ৰীৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in