শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

বাক্সা জিলাৰ অন্তৰ্গত সকলো ধৰণৰ সাপ্তাহিক বজাৰ বন্ধ কৰিবলৈ নিৰ্দেশ..

  • বাক্সা জিলাৰ অন্তৰ্গত সকলো ধৰণৰ সাপ্তাহিক বজাৰ বন্ধ কৰিবলৈ নিৰ্দেশ।
  • উল্লেখ্য যে, বজাৰতসমূহত ভংগ কৰা হৈছিল কোভিড নীতি-নিয়ম।
  • ইয়াৰ পাছতে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল সচেতন লোকে।
  • তাৰ পিছতে প্ৰশাসনৰ এই কঠোৰ পদক্ষেপ।
  • মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক দুৰত্বৰ সকলো নীতি-নিয়ম অমান্য হৈছিল এই সাপ্তাহিক বজাৰত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি