বাক্সা জিলাৰ অন্তৰ্গত সকলো ধৰণৰ সাপ্তাহিক বজাৰ বন্ধ কৰিবলৈ নিৰ্দেশ..

বাক্সা জিলাৰ অন্তৰ্গত সকলো ধৰণৰ সাপ্তাহিক বজাৰ বন্ধ কৰিবলৈ নিৰ্দেশ..
  • বাক্সা জিলাৰ অন্তৰ্গত সকলো ধৰণৰ সাপ্তাহিক বজাৰ বন্ধ কৰিবলৈ নিৰ্দেশ।
  • উল্লেখ্য যে, বজাৰতসমূহত ভংগ কৰা হৈছিল কোভিড নীতি-নিয়ম।
  • ইয়াৰ পাছতে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল সচেতন লোকে।
  • তাৰ পিছতে প্ৰশাসনৰ এই কঠোৰ পদক্ষেপ।
  • মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক দুৰত্বৰ সকলো নীতি-নিয়ম অমান্য হৈছিল এই সাপ্তাহিক বজাৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in