শেহতীয়া খবৰ
ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে নেকি যদুকূল ধ্বংসৰ আখৰা? কোৰোনাৰ মাজতে শিলাদিত্যৰ ধুমুহা...  •  জিএমচিএইচত পিপিই কিট পৰিধান কৰি ৮-৯ ঘন্টা কৰ্তব্য কৰা নাৰ্ছ হঠাৎ হ’ল অসুস্থ... VIDEO  •  জলশাক কন্টেইনমেন্ট জ’ন ঘোষণা মুম্বাই পৌৰ নিগমৰ  •  ভাৰতীয় ৰিজাৰ্ৱ বেংকৰ ডেপুটি গৱৰ্ণৰৰ বাবে ৮ গৰাকী প্ৰতিদ্বন্দী  •  বিকাশ ডুবে এনকাউন্টাৰৰ তদন্ত কমিটি গঠন  •  বটদ্ৰৱাত সৰ্পদংশনত এজনৰ মৃত্যু  •  তামুলপুৰত বেংক বিষয়া কোৰোনাত আক্ৰান্ত  •  অসমৰ গৌৰাংগলাল দাস হ’ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত  •  জম্মু-কাশ্মীৰত সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত  •  বিজেপিৰ হৈ চাফাই গোৱা শিলাদিত্যৰ বিজেপিৰ পৰাই বিদায়!

বাকাইটাৰীত বন্যহস্তীৰ আক্ৰমণত এজন নিহত

90

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত বাকাইটাৰীত মঙলবাৰে পুৱতি নিশা বন্যহস্তীৰ দল এটাই প্ৰৱেশ কৰি তাণ্ডব চলায়। বন্যহস্তীৰ আক্ৰমণত টিকেন চন্দ্ৰ নাথ নামৰ এজন লোক নিহত হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি