অটল বিহাৰী বাজপেয়ীৰ জীৱনপঞ্জী

অটল বিহাৰী বাজপেয়ীৰ জীৱনপঞ্জী

জন্মঃ ১৯২৪চনৰ ২৫ ডিচেম্বৰ
স্থানঃ গোৱালিয়ৰ, মধ্যপ্ৰদেশ
পিতৃৰ নামঃ কৃষ্ণ বিহাৰী বাজপেয়ী
মাতৃৰ নামঃ কৃষ্ণা বাজপেয়ী

শিক্ষাঃ গোৱালিয়ৰ লক্ষ্মীবাই (পূৰ্বতে ভিক্টৰিয়া কলেজ) কলেজৰ পৰা বি এ পাছ
কানপুৰ ডি এ বি কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত এম এ পাছ

সম্পাদনা কৰা আলোচনী আৰু কাকতঃ পাঞ্চজন্য, ৰাষ্ট্ৰধৰ্ম, দৈনিক স্বদেশ, বীৰ অৰ্জুন

১৯৬৮-১৯৭৩ লৈ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাষ্ট্ৰীয় অধ্যক্ষ।

১৯৫৫ চনত প্ৰথমবাৰ লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হয়।
১৯৫৭ চনত উত্তৰপ্ৰদেশৰ বলৰামপুৰৰ পৰা লোকসভাৰ বাবে বিজয়ী হয়।
১৯৭৭-১৯৭৯ মোৰাৰজী দেশাই চৰকাৰৰ বিদেশ মন্ত্ৰী হয়।
১৯৮০ জনতা পাৰ্টী আৰু ভাৰতীয় জনতা পাৰ্টীৰ গঠনত সহায়।
৬ এপিল, ১৯৮০ ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ।
১৯ এপিল, ১৯৯৭ প্ৰধানমন্ত্ৰী ২৬ দলৰ মিএজোঁটত।
প্ৰথম কবিতাঃ তাজমহল।

তেওঁৰ ৰচনাঃ মৃত্যু য়া হত্যা, অমৰ বলিদান, কেদী কবিৰাও কি কুণ্ডলীয়া, সাংসদ কি তিন দশক, অমৰ আগ কি, কুচ লেখ কুচ ভাষন, চেকুলাৰ বাদ, ৰাজনীতি কি ৰপতীলি ৰাহে, বিন্দু বিন্দু বিচাৰ।
বাজপেয়ীৰ পুৰষ্কাৰ সমূহঃ পদ্ম বিভূষন ১৯৯২, ডি লিট (কানপুৰ বিশ্ববিদ্যালয়) ১৯৯৬, লোকমান্য তিলক পুৰষ্কাৰ ১৯৯৪, শ্ৰেষ্ঠ সাংসদ ১৯৯৪, ভাৰতৰত্ন ২০১৪, ডি লিট (মধ্য প্ৰদেশ মুক্ত বিশ্ববিদ্যালয়) ২০১৫।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in