অতি সংকটজনক বাজপেয়ীৰ স্বাস্থ্য, পুনৰ এইমছলৈ প্ৰধানমন্ত্ৰী

অতি সংকটজনক বাজপেয়ীৰ স্বাস্থ্য, পুনৰ এইমছলৈ প্ৰধানমন্ত্ৰী
  • অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অধিক অৱনতি।
  • পুনৰ এইমছলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • মোদীৰ সৈতে আছে বিজেপি সভাপতি অমিত শ্বাহো।
  • এইমছৰ সমুখত যান-বাহন নিয়ন্ত্ৰণ দিল্লী আৰক্ষীৰ।
  • এইমছৰ বাহিৰৰ পথত বন্ধ কৰিছে যান-বাহনৰ চলাচল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in