গহীন, কিন্তু নাচি-বাগি স্ফূৰ্তি কৰিছিল বাজপেয়ীয়ে… অটলজীয়ে নাচি থকা সেই মুহূৰ্তটো

গহীন, কিন্তু নাচি-বাগি স্ফূৰ্তি কৰিছিল বাজপেয়ীয়ে… অটলজীয়ে নাচি থকা সেই মুহূৰ্তটো

ডিজিটেল ডেস্কঃ  প্ৰাক্তন প্ৰধানমন্ত্ৰী আটল বিহাৰী বাজপেয়ী আৰু নাই। তেওঁ যে নাই সেই কথা এতিয়াও মানি ল'ব পৰা নাই বহুতে। এই যেন হাঁহি-ধেমালি কৰি আছে অনবৰতে মুখত এমোকোৰা হাঁহি লৈ থকা মানুহজনে।

ধীৰ-স্থিৰ মানুহজনৰ সেই সুখৰ দিনৰ স্মৃতিবোৰ ৰোমন্থন কৰি এতিয়া স্মৃতিকাতৰ হৈ পৰিছে অজস্ৰ গুণমুগ্ধ আৰু অনুৰাগী। এনে এটি সুখৰ মুহূৰ্ততে এনেদৰে নাচি আনন্দ-স্ফূৰ্তি কৰিছিল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in