বজালীত অবাঞ্চিত ঘটনা, ৰাজপথত পেলাই থৈ গ’ল গৰুৰ কটা মূৰ…

বজালীত অবাঞ্চিত ঘটনা, ৰাজপথত পেলাই থৈ গ’ল গৰুৰ কটা মূৰ…
  • বজালীৰ ভবানীপুৰ সমষ্টিৰ অ'জাসস্ত্রত অবাঞ্চিত ঘটনা।
  • ৰাজপথৰ কাষত অচিনাক্ত দুৰ্বৃত্তই পেলাই থৈ গ'ল গৰুৰ মূৰ।
  • এঘৰ পৰিয়ালৰ চোতালত গো মাংসও দলিয়াই থৈ যায়।
  • ঘটনাক কেন্দ্র কৰি অঞ্চলজুৰি চেপা উত্তেজনা।
  • ঘটনাস্থলীত উপস্থিত বজালী জিলা আৰক্ষী অধীক্ষকৰ বৃহৎ দল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in