বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছসহ সৰবৰাহকাৰী

বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছসহ সৰবৰাহকাৰী
  • বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানত মঙলবাৰে নিশা ড্ৰাগছসহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ।
  • এখন এল্ট' গাড়ীৰে শিলচৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক।
  • ধৃত লোকজনৰ নাম নিয়ামুদ্দিন লস্কৰ।
  • আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে লোকজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in