শেহতীয়া খবৰ
শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল… UPDATES  •  পদূলিত গামোচা আঁৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ১০ খন গাঁৱৰ

ড০ হীৰেন গোহাঁই, অখিল গগৈ, মনজিৎ মহন্তৰ জামিন মঞ্জুৰ!

404
  • ড০ হীৰেন গোহাঁই আৰু অখিল গগৈৰ অন্তবৰ্তীকালীন জামিন মঞ্জুৰ।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ে কৰিলে জামিন মঞ্জুৰ।
  • ২২ জানুৱাৰীলৈকে এই অন্তবৰ্তীকালীন জামিন৷
  • পূৰ্ণাংগ জামিন মঞ্জুৰ হৈছে মনজিৎ মহন্তৰো৷
  • যুক্তি প্ৰদৰ্শন কৰে জেষ্ঠ অধিবক্তা অৰূপ বৰবৰা, হাফিজ ৰছিদ আহমদ চৌধুৰী আৰু শান্তনু বৰঠাকুৰে৷
  • এইচ কে শৰ্মা বিচাৰপীঠে মঞ্জুৰ কৰে জামিন আবেদন৷
  • ২২ জানুৱাৰীত আৰক্ষীক কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি