বাইহাটা চাৰিআলিত ১০ বছৰীয়া শিশুক বলাৎকাৰ, আৰক্ষীৰ জালত অভিযুক্ত, VIDEO

বাইহাটা চাৰিআলিত ১০ বছৰীয়া শিশুক বলাৎকাৰ, আৰক্ষীৰ জালত অভিযুক্ত, VIDEO

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ পুনৰ ভূ-লুন্ঠিত মানব সমাজ । বাইহাটা চাৰিআলিত সংঘটিত হ'ল এজন জঘন্য কাণ্ড। বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত গুইয়া গাঁৱত এগৰাকী ১০ বছৰীয়া শিশু কামনাৰ বলি হ'ল এক নৰ পিশাচৰ।

গুইয়া গাঁৱৰে ৰতন দাস নামৰ এজন লোকে খেলি থকা অৱস্থাতে শিশুটিক ফুচলাই বাৰিৰ ফালে লৈ গৈ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত শিশুটিৰ মাতৃয়ে কমলপুৰ আৰক্ষী থানাত ৰুজু কৰে এক গোচৰ । সেই গোচৰৰ ভিত্তিতে কমলপুৰ আৰক্ষীয়ে তদন্ত চলাই অভিযুক্ত ৰতন দাসক আটক কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in