শেহতীয়া খবৰ
ভূমি বিবাদক কেন্দ্ৰ কৰি ৯ জনক গুলীয়াই হত্যা  •  অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য...  •  জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী...  •  ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস...  •  নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ...VIDEO  •  বানৰ তাণ্ডৱ! খহি পৰিল ৩ মহলাৰ বাসগৃহ... VIDEO  •  ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত... VIDEO  •  বানত বিধ্বস্ত অসমলৈ কেন্দ্ৰৰ ইমানেই মৰম! দুৰ্যোগৰ বাবে আৱন্টিত ধনো কৰ্তনহে কৰে দিল্লীয়ে...  •  পুলৱামা,উৰি আৰু মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দক গ্ৰেপ্তাৰ...

কাৰাটে প্ৰতিযোগিতাত বাইহাটা চাৰিআলিৰ শিশু হৰ্ষিতৰ কৃতিত্ব

225

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ তৃতীয় বাৰ্ষিক সদৌ অসম চিট’ৰিঅ’ কাৰাটে প্ৰতিযোগিতাত কামৰূপ জিলাৰ বাইহাটা চাৰিআলি কাৰাটে একাডেমীৰ ছাত্ৰ হৰ্ষিত ভাস্কৰ কাশ্যপে(৭) এটা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত হৰ্ষিতে কুমেটীৰ ছাব-জুনিয়ৰ শাখাত সোণ আৰু কাটাৰ ছাব-জুনিয়ৰ শাখাত ৰূপৰ পদক অৰ্জন কৰে। হৰ্ষিত বাইহাটা চাৰিআলিৰ আগডলা গাঁৱৰ যুৱ সমাজকৰ্মী ভাস্কৰজ্যোতি কলিতা আৰু স্বপ্নাৰাণী কলিতাৰ পুত্ৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি