ডিফুত প্ৰাক্তন ভাৰতীয় ফুটবলাৰ বাইচুং ভুটীয়া

ডিফুত প্ৰাক্তন ভাৰতীয় ফুটবলাৰ বাইচুং ভুটীয়া
  • বৃহস্পতিবাৰে ডিফুত উপস্থিত হ'ল  প্ৰাক্তন ভাৰতীয় ফুটবলাৰ বাইচুং ভুটীয়া।
  • কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ মূল ষ্টেডিয়াম উদ্বোধন কৰিব তাৰকা ফুটবলাৰগৰাকীয়ে।
  • নৱনিৰ্মিত ষ্টেডিয়ামখনত ডিফুৰ মৰ্ণিং ষ্টাৰ আৰু বাংলাদেশৰ আছাদুজামান ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'বলগীয়া প্ৰীতি ফুটবল খেলো উপভোগ কৰিব বাইচুং ভুটীয়াই।
  • অনুষ্ঠানত উপস্থিত থাকিব পীযূষ হাজৰিকা আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী আৰু কাৰ্যবাহী সদস্যসকল।‍

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in