শেহতীয়া খবৰ
নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান  •  ৰাজপথত কুকুৰৰ মুখত নৱজাতক, চি চি টিভিত বন্দী হৈছে VIDEO  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল

ডিফুত প্ৰাক্তন ভাৰতীয় ফুটবলাৰ বাইচুং ভুটীয়া

209
  • বৃহস্পতিবাৰে ডিফুত উপস্থিত হ’ল  প্ৰাক্তন ভাৰতীয় ফুটবলাৰ বাইচুং ভুটীয়া।
  • কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ মূল ষ্টেডিয়াম উদ্বোধন কৰিব তাৰকা ফুটবলাৰগৰাকীয়ে।
  • নৱনিৰ্মিত ষ্টেডিয়ামখনত ডিফুৰ মৰ্ণিং ষ্টাৰ আৰু বাংলাদেশৰ আছাদুজামান ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰীতি ফুটবল খেলো উপভোগ কৰিব বাইচুং ভুটীয়াই।
  • অনুষ্ঠানত উপস্থিত থাকিব পীযূষ হাজৰিকা আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী আৰু কাৰ্যবাহী সদস্যসকল।‍
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি