বহুজন সমাজ পাৰ্টিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা…

বহুজন সমাজ পাৰ্টিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা…
  • শুকুৰবাৰে বহুজন সমাজ পাৰ্টিয়ে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা।
  • বহুজন সমাজ পাৰ্টি আৰু সমাজবাদী পাৰ্টিৰ মিত্ৰতাৰে প্ৰকাশ কৰা হৈছে তালিকাখন।
  • উত্তৰ প্ৰদেশৰ ১১ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বহুজন সমাজ পাৰ্টিয়ে।
  • সকলো প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰিলে মায়াৱতীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in