লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ

লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ

ডিজিটেল সংবাদ, বগীনদীঃ বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ বগীনদীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭ টাকৈ সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ টাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, নিবনুৱা সংস্থা, নিখিল বড়ো ছাত্ৰ সন্থা, কৈবৰ্ত যুৱ ছাত্ৰ সন্মিলন, আছু, আমছুকে ধৰি বহু কেইটা সংগঠনে বগীনদীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, নৰেন্দ্ৰ মোডী, অমৃত সাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্বৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্লোগানেৰে বগীনদীৰ আকাশ বতাহ কপাই তোলে৷কেব অসমৰ ৰাইজে কোনোপধ্যেই মানি নলয় বুলি সংগঠন কেইটাই হুংকাৰ প্ৰদান কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in