শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

কি হৈছে বাদশ্বাহৰ, বলীউডৰ ৰেপাৰজনৰ মুখৰ এনে ৰূপে হতভম্ব কৰিছে তেওঁৰ অনুৰাগীক…

185

ডিজিটেল ডেস্কঃ বলীউডৰ বিখ্যাত ৰেপাৰ বাদশ্বাহ সদায় তেওঁৰ নতুন গানেৰে চৰ্চালৈ কেন্দ্ৰ হৈ থাকে। তেওঁৰ গানবোৰে মুক্তি লাভৰ লগে লগে, অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হয়। বাদশ্বাহে সামাজিক মাধ্যমতো যথেষ্ট সক্ৰিয় আৰু তেওঁৰ জ্ঞাত ঘটনাবোৰৰ বিষয়ে অনুৰাগীসকলৰ লগত চেয়াৰ কৰে।

বাদশ্বাহে অলপতে  শ্বেয়াৰ কৰিছে তেওঁৰ মুখৰ এখন ফটো।  যিয়ে তেওঁৰ অনুৰাগীসকলৰ মাজত উদ্বেগ সৃষ্টি কৰিছে। বাদশ্বাহ এই ফটোখন তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত চেয়াৰ কৰিছে সামাজিক মাধ্যমত যিটো যথেষ্ট ভাইৰেল হৈ আছে।

বাদশ্বাহৰ এই ফটোখনত দেখা গৈছে যে তেওঁৰ মুখ, নাক আৰু গালত বহুতো দাগ। বাদশ্বাহে প্ৰকাশ কৰিছে যে এয়া ৰ’দে পোৰাৰ ফলত হৈছে। বাদশ্বাহে অলপতে ছুটি উদযাপন কৰিবলৈ মালদ্বীপলৈ গৈছিল। ৩ লাখ ৩৬ হেজাৰতকৈয়ো অধিক লোকে চাইছে তেওঁৰ এই ফটোখন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি