বদৰুদ্দিন আজমলৰ দেহত কোৰোনা…

বদৰুদ্দিন আজমলৰ দেহত কোৰোনা…
  • এ আই ইউ ডি এফৰ নেতা তথা সাংসদ বদৰুদ্দিন আজমলৰ দেহতো কোৰোনা।
  • শেহতীয়াকৈ কৰা তেওঁপ স্বাৱ পৰীক্ষাৰ ৰিজাল্ট আহিছে পজিটিভ।
  • দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা আজমল বিগত এসপ্তাহ ধৰি অসুস্থ হৈ আছিল।
  • সম্প্ৰতি মুম্বাইৰ বাসগৃহতে আছে আজমল।
  • প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমলৰো কোৰোনাৰ ৰিজাল্ট আহিছে পজিটিভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in