তৰুণ গগৈক দেখা কৰি কি ক’লে বদৰুদ্দিন আজমলে…VIDEO

তৰুণ গগৈক দেখা কৰি কি ক’লে বদৰুদ্দিন আজমলে…VIDEO
  • তৰুণ গগৈৰ স্বাস্থ্যৰ খবৰ লৈ উভতিল বদৰুদ্দিন আজমল।
  • তেওঁ ক'লে- গগৈৰ স্বাস্থ্য অতি সংকটজনক।
  • সকলোৱে তেওঁৰ বাবে প্ৰাৰ্থনা কৰক।
  • লগতে জনালে তৰুণ গগৈক লৈ তেওঁ এখন গ্ৰন্থ লিখিব।
  • বহু কথাই আমনি কৰিছে তেওঁৰ মনত।
  • এই মুহূৰ্তত এক মিৰাকেল হ'ব বুলি তেওঁ আশাবাদী।
  • পৰিয়ালৰ সৈতে থকা গগৈৰ ঘনিষ্ঠতাৰ কথাও দোহাৰিলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in