বদৰপুৰত ৰে’লে মহটিয়াই নিলে আই ১০ বাহন, থিতাতে নিহত চালক….

বদৰপুৰত ৰে’লে মহটিয়াই নিলে আই ১০ বাহন, থিতাতে নিহত চালক….
  • বদৰপুৰৰ লামাজুৱাৰত অঘটন ।
  • ৰে'লে মহটিয়াই নিলে আই ১০ বাহন ।
  • থিতাতে নিহত চালক তথা গাড়ীৰ গৰাকী ছহিদুল আলম ।
  • ৰে'লৰ খুন্দাত ছিন্ন-ভিন্ন বাহনখন ।
  • নামনিমুৱা কাঞ্চনজংঘা এক্সপ্রেছে মহটিয়াই নিয়ে বাহনখন ।
  • দুৰ্ঘটনাত পতিত আই ১০ বাহনখনৰ নম্বৰ এছ-০১-এএম৪৭৮৭ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in