শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

বাবৰি মছজিদ ধ্বংস গোচৰত ৩০ ছেপ্টেম্বৰত ৰায় প্ৰদান কৰিব ন্যায়ালয়ে…

227

ডিজিটেল ডেস্কঃ বাবৰি মছজিদ ধ্বংস গোচৰত লক্ষ্ণৌত চিবিআইৰ স্পেচিয়েল ক’ৰ্টে ৩০ ছেপ্টেম্বৰত ৰায় প্ৰদান কৰিব। ন্যায়ালয়ে এই গোচৰত ৩২জন মুখ্য অভিযুক্তক শুনানি গ্ৰহণৰ দিনা হাজিৰ থাকিবলৈ নিৰ্দেশ দিছে। অভিযুক্তসকলৰ ভিতৰত আছে বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানী, ওমা ভাৰতী, মুৰুলী মনোহৰ যোশী আৰু কল্যাণ সিং।

উল্লেখ্য যে, এই গোচৰৰ ৰায় প্ৰদান কৰিব চিবিআই স্পেচিয়েল ন্যায়ালয়ৰ ন্যায়াধীশ এছ কে যাদৱে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে  ২২ আগষ্টত ন্যায়াধীশে শুনানি গ্ৰহণৰ সময়ত ষ্টেটছ ৰিপৰ্ট চোৱাৰ পাছত এই শুনানি সম্পূৰ্ণ কৰাৰ বাবে এমাহ অৰ্থাৎ ৩০ ছেপ্টেম্বৰলৈ সময়সীমা বৃদ্ধি কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি