মৰিগাঁৱত গ্ৰেপ্তাৰ বাংলাদেশী গৰু সৰবৰাহকাৰী, জব্দ বৃহৎ পৰিমাণৰ ভাৰতীয় টকা ….

মৰিগাঁৱত গ্ৰেপ্তাৰ বাংলাদেশী গৰু সৰবৰাহকাৰী, জব্দ বৃহৎ পৰিমাণৰ ভাৰতীয় টকা    ….
  • আন্তঃৰাষ্ট্ৰীয় পাৰপত্ৰ জালিয়াতিৰে গৰুৰ চোৰাং বেপাৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ নুৰুজ জামান।
  • ভুৱা নথিৰে ভাৰতীয় চিম উলিয়াই ব্যৱহাৰ কৰিছিল ব্যক্তি জনে।
  • Tourist Visa ৰে আহি চোৰাং গৰুৰ সৰবৰাহ কৰিছিল নুৰুজ জামানে ।
  • নুৰুজ জামানৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ভাৰতীয় টকা ।
  • আৰক্ষীয়ে শনিবাৰে আদালতত হাজিৰ কৰে নুৰুজ জামানক।
  • বাংলাদেশী সৰবৰাহকাৰীটোৰ বিৰুদ্ধে আৰক্ষীয়ে foreigners ACT1946/14(b)(c) IPC 419/420/468 ধাৰাত ৰুজু কৰিছে গোচৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in