শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

মৰিগাঁৱত গ্ৰেপ্তাৰ বাংলাদেশী গৰু সৰবৰাহকাৰী, জব্দ বৃহৎ পৰিমাণৰ ভাৰতীয় টকা ….

  • আন্তঃৰাষ্ট্ৰীয় পাৰপত্ৰ জালিয়াতিৰে গৰুৰ চোৰাং বেপাৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ নুৰুজ জামান।
  • ভুৱা নথিৰে ভাৰতীয় চিম উলিয়াই ব্যৱহাৰ কৰিছিল ব্যক্তি জনে।
  • Tourist Visa ৰে আহি চোৰাং গৰুৰ সৰবৰাহ কৰিছিল নুৰুজ জামানে ।
  • নুৰুজ জামানৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ভাৰতীয় টকা ।
  • আৰক্ষীয়ে শনিবাৰে আদালতত হাজিৰ কৰে নুৰুজ জামানক।
  • বাংলাদেশী সৰবৰাহকাৰীটোৰ বিৰুদ্ধে আৰক্ষীয়ে foreigners ACT1946/14(b)(c) IPC 419/420/468 ধাৰাত ৰুজু কৰিছে গোচৰ।