শেহতীয়া খবৰ
লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…  •  কোৰোনাক প্ৰতিহত কৰিবলৈ GMDAৰ বিষয়া-কৰ্মচাৰীয়ে চৰকাৰক দিলে এদিনৰ দৰমহা...

ছুপাৰ হিট টাইগাৰৰ – Baaghi 3

503

ডিজিটেল ডেস্কঃ একচন আৰু ৰোমাঞ্চেৰে ভৰপূৰ হিন্দী ছবি ’বাগী-৩’ য়ে দৰ্শকৰ অভূতপূৰ্ব সহাৰি লাভ কৰিছে। টাইগাৰ শ্ৰফ, ৰিতেশ দেশমুখ আৰু শ্ৰদ্ধা কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনে মুক্তিৰ ৩ টা দিনৰ অন্তত উপাৰ্জন কৰিছে প্ৰায় ৫৩.৮৩ কোটি টকা।

মুক্তিৰ প্ৰথম দিনাই ১৭.৫০ কোটি, দ্বিতীয় দিনা ১৬.০৩ কোটি আৰু তৃতীয় দিন অথাৎ দেওবাৰে উপাৰ্জন কৰিছে ২০.৩০ কোটি টকা। বিশ্বৰ প্ৰায় ১৪০০ টা ছবিগৃহত মুক্তি দিয়া ছবিখনৰ বিশেষকৈ একচনক সকলোৱে উচ্চ প্ৰশংসা কৰা দেখা হৈছে। আহমেদ খানৰ পৰিচালনাত নিৰ্মাণ হোৱা ছবিখনে এসপ্তাহৰ ভিতৰতে ১০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰাৰো সম্ভাৱনা প্ৰকাশ কৰিছে ছবি সমালোচকসকলে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি