বি আৰ এম আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ…

বি আৰ এম আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ…
  • বিষ্ণুৰাম মেধী চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ।
  • অধ্যক্ষ গৰাকীয়ে এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ উত্থাপন হৈছে ।
  • এই সন্দৰ্ভত সমূহ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল ।
  • যুৱতী গৰাকীয়ে সোমবাৰে দাখিল কৰিছে এই এজাহাৰ ।
  • দুৱাৰকৈ আৰক্ষীয়ে ভাষ্য গ্ৰহন কৰিছে যুৱতী গৰাকীৰ ।
  • এই পৰ্যন্তলৈ আৰক্ষীয়ে আটক কৰা নাই আইন মহাবিদ্যালয় খনৰ অধ্যক্ষ গৰাকীক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in