কেতিয়াৰ পৰা আৰম্ভ হ’ব B.Edৰ চূড়ান্ত পৰীক্ষা, পঢ়ক সবিশেষ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অহা ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এডৰ দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষা।
  • পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ চলিব পৰীক্ষা কেইটা।
  • গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছে বি.এডৰ চূড়ান্ত পৰীক্ষাৰ সূচী-

১৫ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈঃ প্ৰেকটিলে পৰীক্ষা।

২২ ছেপ্টেম্বৰঃ ০৮ জেণ্ডাৰ ইছ্যু এণ্ড কনচাৰ্ণ ইন এডুকেশ্যন।

২৩ ছেপ্টেম্বৰঃ ০৯ ফাউণ্ডেশ্যনছ অৱ কাৰিকুলাম ডেভেল'পমেন্ট।

২৪ ছেপ্টেম্বৰঃ ১০ মেজাৰমেন্ট এণ্ড এভালুৱাশ্যন ইন এডুকেশ্যন।

২৫ ছেপ্টেম্বৰঃ ১১ ইনক্লুচন ইন এডুকেশ্যন।

২৮ ছেপ্টেম্বৰঃ ১২ একশ্যন ৰিছাৰ্জ।

২৯ ছেপ্টেম্বৰঃ অপশ্যনেল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in