হোটেল কিৰণশ্ৰীত কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক…

হোটেল কিৰণশ্ৰীত কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক…
  • আজাৰাত কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক।
  • হোটেল কিৰণশ্ৰীত অনুষ্ঠিত এই বৈঠক।
  • ইতিমধ্যে কংগ্ৰেছ শীৰ্ষ নেতৃত্ব আহি উপস্থিত হৈছেহি হোটেলখনত।
  • বিজেপিয়ে নিৰ্বাচনত কোনো গাফিলতি যাতে নকৰে তাৰ সন্দৰ্ভত আমি সেচতন থাকিমঃ দেবব্ৰত শইকীয়া।
  • দলটোৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে উপস্থিত এই বৈঠকত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in