আস্থা-বিশ্বাসৰ ওপৰত নহয়, আইনৰ আধাৰত হ’ব এই ৰায়দান, LIVE UPDATES

আস্থা-বিশ্বাসৰ ওপৰত নহয়, আইনৰ আধাৰত হ’ব এই ৰায়দান, LIVE UPDATES
  • অযোধ্যাৰ বিবাদমান গোচৰৰ ৰায়দান আৰম্ভ।
  • ৰাম জন্মভূমি এএছ আইৰ প্ৰতিবেদন অনুসৰি উক্ত স্থানত আছিল ৰাম মন্দিৰ।
  • ৰামৰ জন্ম যে অযোধ্যাত হৈছিল সেয়া কোনেও নুই কৰা নাইঃ ৰঞ্জন গগৈ।
  • চিয়া ৱকফ বোৰ্ডৰ আবেদন নাকচ।
  • মন্দিৰ কোনে বনাইছিল সেয়া নিশ্চিত নহয়ঃ উচ্চতম ন্যায়ালয়
  • উচ্চতম ন্যায়ালৰ ৫ ন্যায়াধীশৰ সহমতত দিয়া হ'ব এই ৰায়দান।
  • আস্থা আৰু বিশ্বাসৰ ওপৰত কাৰো দ্বিমত নাইঃ উচ্চতম ন্যায়ালয়।
  • খালী মাটিত বাবৰি মছজিদ বনোৱা নাছিলঃ ন্যায়ালয়।
  • বাবৰৰ দিনতে বনোৱা হৈছিল এই মন্দিৰঃ উচ্চতম ন্যায়ালয়।
  • ৰাম মন্দিৰ ভাঙি মছজিদ নিৰ্মাণৰ কোনো তথ্য নাইঃ উচ্চতম ন্যায়ালয়।
  • আস্থা আৰু বিশ্বাসৰ ওপৰত নহ'ব এই ৰায়দানঃ উচ্চতম ন্যায়ালয়।
  • ভূমি বিবাদৰ এই গোচৰ হ'ব আইনৰ আধাৰতঃ উচ্চতম ন্যায়ালয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in