অযোধ্যা বিবাদ গোচৰঃ উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল মধ্যস্থতা কমিটীৰ, ২ আগষ্টত পৰৱৰ্তী শুনানি

ফাইল ফটো
ফাইল ফটো
  • অযোধ্যা বিবাদক লৈ চলা শুনানিকালত উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল মধ্যস্থতা কমিটীৰ।
  • ১১ জুলাইত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাৰ ৫ জনীয়া সংবিধান পীঠে বিচাৰিছিল এই প্ৰতিবেদন।
  • তাৰ পিছতেই বৃহস্পতিবাৰে আদালতত অযোধ্যা বিবাদৰ প্ৰতিবেদন দাখিল কৰে মধ্যস্থতা কমিটীয়ে।
  • গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব ২ আগষ্টত।
  • বৃহস্পতিবাৰে শুনানিকালত উপস্থিত থাকে ন্যায়াধীশ এছ এছ বোবড়ে, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়।
  • ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এছ এ নজীৰো উপস্থিত থাকে গোচৰৰ শুনানিকালত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in