গণৰাজ্য দিৱসত ‘সংবিধানৰ প্ৰস্তাৱনা পাঠ’ কাৰ্যসূচী অসম নাগৰিক সমাজৰ…

গণৰাজ্য দিৱসত ‘সংবিধানৰ প্ৰস্তাৱনা পাঠ’ কাৰ্যসূচী অসম নাগৰিক সমাজৰ…
  • গণৰাজ্য দিৱসৰ বাবে সাজু হৈছে সমগ্ৰ দেশ।
  • দেওবাৰ অৰ্থাৎ গণৰাজ্য দিৱসত অসম নাগৰিক সমাজে হাতত লৈছে সংবিধানৰ প্ৰস্তাৱনা পাঠ কাৰ্যসূচী।
  • দেওবাৰে পুৱা ১০.৩০বজাত আৰম্ভ হ'ব সংবিধানৰ প্ৰস্তাৱনা পাঠ কাৰ্যসূচী।
  • এক প্ৰেছ বিবৃতিযোগে অসম নাগৰিক সমাজে সদৰী কৰে এই কথা।
  • প্ৰেছ বিবৃতিখনত অসম নাগৰিক সমাজে উল্লেখ কৰিছে-
  • ক্ষমতাৰ লোভত শাসনাধিস্থ দলটোৱে যিকোনো প্ৰকাৰে ৰাজ্যবাসীৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে।
  • দেশৰ প্ৰতিজন নাগৰিকৰ কাৰণে শাসন আৰু সাংবিধানিক প্ৰমূল্যসমূহ উৰ্ধত তুলি ধৰাটো সময়ৰ আহ্বান।
  • সেয়েহে গণৰাজ্য দিৱসৰ দিনটোত সংবিধানৰ প্ৰস্তাৱনা সমূহীয়াকৈ পাঠ কৰাৰ আহ্বান অসম নাগৰিক সমাজৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in