১৪ আৰু ১৫ আগষ্টত অসম বন্ধৰ আহ্বান

১৪ আৰু ১৫ আগষ্টত অসম বন্ধৰ আহ্বান
  • ১৪ আৰু ১৫ আগষ্টত ৩৬ ঘন্টীয়া অসম বন্ধৰ আহ্বান।
  • বন্ধৰ আহ্বান জনাইছে সদৌ কোচ ৰাজবংশী সন্মিলনে।
  • ৬ আগষ্টত ৰে'ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল সন্মিলনে।
  • কোকৰাঝাৰৰ চৌতাৰাত ৰে'ল অৱৰোধ কৰিছিল।
  • আৰক্ষীয়ে আটক কৰিছিল প্ৰতিবাদকাৰীক।
  • জে'ললৈ প্ৰেৰণ কৰিছিল আটক কৰা কেবাজনো প্ৰতিবাদকাৰীক।
  • বিনা চৰ্তে প্ৰতিবাদকাৰীসকলৰ মুক্তিৰ দাবীত এই বন্ধৰ আহ্বান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in