মৰিগাওঁত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে সজাগতা ৰেলী….

মৰিগাওঁত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে সজাগতা ৰেলী….

ডিজিটেল সংবাদ,মৰিগাওঁ : মৰিগাঁৱত কোভিডৰ পৰা বাচি থাকিবলৈ ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যি কোভিড প্ৰটক'ল বজাই মৰিগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত এটি ৰাইজৰ বাবে সজাগতা সমদল বাহিৰ কৰে৷ জিলা উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক নন্দ সিং বৰকলা এই সজাগতা সমদলটি শুভাৰম্ভ কৰে ৷

জিলা উপায়ুক্ত গৰাকীয়ে এই মহামাৰীৰ পৰা নিজৰ লগতে দহক বচাবলৈ ৰাইজক সজাগ আৰু স্বাস্থ্য বিভাগ, জিলা প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in