শেহতীয়া খবৰ
ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকোৰ পৰা পৰি মৃত্যু এজনৰ  •  লালুকত অভিৰুচি শিল্পী সৈনিকৰ নাট কৰ্মশালা সম্পন্ন  •  ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ উদযাপন, জলন্ত অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন  •  সুদুৰ ম্যানমাৰৰ পৰা আহি অসমৰ জোঁৱাই হ'ল অবৈধ ৰোহিংগা, আদালত চৌহদত বিষ্ফোৰক স্বীকাৰোক্তি, VIDEO  •  ধূপধৰাত কবৰ খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে শিশুৰ মৃতদেহ, পানীত পৰি মৃত্যু হোৱাৰ পিছত জনোৱা নাছিল আৰক্ষীক  •  কাৰ আশীৰ্বাদত বৰাকত চলিছে অবৈধ সাৰৰ চিণ্ডিকেট, আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা জব্দ ২৮ খন সাৰভৰ্তি ট্ৰাক  •  বঙাইগাঁৱৰ সিদলসতীত ৰাইজে কৰায়ত্ত কৰিলে ডকাইত, VIDEO  •  গৰৈমাৰীত আছুৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ  •  দক্ষিণ কামৰূপত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ-কলহীৰ জলপৃষ্ঠঃ একাংশ উভতিছে নিজা ঘৰলৈ, অধিকাংশ দুৰ্গত এতিয়াও গৰু-ছাগলীৰ সৈতে আশ্ৰয় শিবিৰ, ওখ-ভেটিত  •  ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক আছুৰ অভিনন্দনঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী, অসমত শিক্ষাৰ নামত ৰাজনীতি-ব্যৱসায় চলোৱাৰো অভিযোগ সংগঠনটোৰ

৩৫০ টকাত কেনেকৈ বনাব ড্ৰাইভিং লাইচেন্স, সমগ্ৰ প্ৰক্ৰিয়া জানিবলৈ পঢ়ক…

5,233

ডিজিটেল ডেস্কঃ এখন ড্ৰাইভিং লাইচেন্স নিৰ্মাণ কৰোতে এক প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে। ইয়াৰোপৰি বহুসময়ত ব্যস্ততাৰ বাবে একাংশলোকে দালালৰ যোগেদি লাইচেন্স নিৰ্মাণ কৰিবলৈ যাওতে সময়ৰ লগতে যথেষ্ট ধনৰো অপচয় হয়। কিন্তু শেহতীয়াকৈ ড্ৰাইভিং লাইচেন্স নিৰ্মান কৰিব খোজা ব্যক্তি সকলৰ বাবে চৰকাৰে মুকলি কৰিছে এক সহজ আৰু অতি কম খৰচী এক প্ৰক্ৰিয়া। প্ৰাপ্ত খবৰ অনুসৰি কিছু দিনৰ পূৰ্বৰে পৰা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে এই ব্যৱস্থা। যি ব্যৱস্থাৰ জৰিয়তে কোনো ব্যক্তিয়ে ঘৰতে বহি মাত্ৰ ৩৫০ টকা খৰচ কৰি লাভ কৰিব পাৰিব ডাইৰ্ভিং লাইচেন্স।

  • এই প্ৰক্ৰিয়াৰ যোগেদি লাভ কৰিব পাৰিব-

৩৫০ টকাত যদি কোনো লোকে ড্ৰাইভিং লাইচেন্স বনাব বিচাৰিছে তেন্তে ইচ্ছুক লোকে বিভাগীয় আৰ টি অ’ অথবা ডি টি অ’ কাৰ্যালয়ত প্ৰথমে অনলাইন আবেদন কৰিব লাগিব। আবেদনৰ কৰাৰ আগতে https://parivahan.gov.in/ লগ ইন কৰিব লাগিব। ইয়াৰ পাছতে লাইচেন্সৰ বাবে আবেদন কৰিব পৰা বুটামত ক্লিক কৰিব লাগিব। আবেদন কৰাৰ পাছতে জমা দিব লাগিব ৩৫০ টকা। এই মাচুল দিয়াৰ কিছুসময়ৰ পাছতে আবেদন কৰোতালৈ এটা মেছেজ আহিব। এই মেছেজতে ডাইৰ্ভিংৰ টেষ্টৰ বাবে তাৰিখ, স্থান, আৰু সময়ৰ সন্দৰ্ভত অৱগত কৰা হ’ব। এই সকলো কাম সুচাৰুৰূপে সম্পন্ন হোৱাৰ পাছত আবেদনকাৰীয়ে ড্ৰাইভিং লাইচেন্স লাভ কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি