শেহতীয়া খবৰ
দিল্লীত হ্ৰাস পাইছে কোৰোনাঃ কাৰ্ফিউ শিথিলতাৰ প্ৰস্তাৱত অনুমোদন...  •  অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ...  •  সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...

হিমা দাসৰ প্ৰশিক্ষক নিপন দাসৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ! ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ এথলীটৰ

ডিজিটেল ডেস্কঃ হিমা দাসৰ প্ৰশিক্ষক নিপন দাসৰ বিৰুদ্ধে সৰৱ হ’ল এইবাৰ নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ। প্ৰশিক্ষকজনে সৰুসজাই ষ্টেডিয়ামত এগৰাকী মহিলা এথলীটক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তিনি মাহৰ পূৰ্বে ৰুজু হৈছিল বশিষ্ঠ থানাত। এনে গুৰুতৰ অভিযোগ…
আৰু পঢ়ক...

১০ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে গঠন কৰিলে ‘ডিজিটেল নিউজ’ৰ উমৈহতীয়া মঞ্চ

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক্ৰমাৎ বৃদ্ধি পাইছে ডিজিটেল নিউজৰ জনপ্ৰিয়তা। তথ্য-প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন, ইণ্টাৰনেটৰ প্ৰসাৰৰ লগে লগে আন মাধ্যমৰ পৰিৱৰ্তে একাধিক বিশেষ সুবিধাৰ বাবে অধিকাংশ লোকে এতিয়া ডিজিটেল প্লেটফৰ্মত বা-বাতৰি চাবলৈ…
আৰু পঢ়ক...

শক্তি মন্ত্ৰী তপন গগৈৰ সমুখতে খাটোৱালত বিদ্যুৎস্পৃষ্ট হৈ নিহতসকলৰ জানাজা সম্পন্নঃ VIDEO

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ জুৰীয়া উত্তৰ খাটোৱালত সংঘটিত শোকাবহ ঘটনাৰ পিছত সন্ধিয়া ঘটনাস্থলীত উপস্থিত হয় শক্তিমন্ত্ৰী তপন গগৈ। ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজক ভবিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহ'বলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস…
আৰু পঢ়ক...

তীৰ খেলৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান, আটক ৩ তীৰ ব্যৱসায়ীক

তীৰ খেল ব্যৱসায়ীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান। বশিষ্ঠ আৰক্ষীয়ে ঘূৰামৰাৰ নিৰি-বিলি পথত চলাই অভিযান। অভিযানত গ্ৰেপ্তাৰ হয় ৫জন তীৰ ব্যৱসায়ী। আটকাধীন ব্যৱসায়ীকেইজন ক্ৰমে- ৰাজু সৰকাৰ, মুন্না ঠাকুৰ। চাহানুৰ ইছলাম, ৰফিকুল ইছলাম…
আৰু পঢ়ক...

‘বিকাশ-উন্নয়ন’ অচল মুদ্ৰা

মোডী চৰকাৰৰ কাৰ্যকাল শেষ হ’বলৈ মাজত আৰু মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত দেশত পুনৰ হিন্দুত্ববাদী ৰাজনীতিৰ আগ্ৰাসী ৰূপ পৰিলক্ষিত হৈছে। বিকাশ আৰু উন্নয়নৰ প্ৰশ্নত সম্পূৰ্ণৰূপে বিফল প্ৰতিপন্ন হোৱা মোডী চৰকাৰৰ কাম-কাজক তীব্ৰ সমালোচনা কৰা…
আৰু পঢ়ক...

সাংবাদিক হত্যাঃ প্ৰথমবাৰলৈ অভিযুক্তক শাস্তি বিহিলে ন্যায়ালয়ে

ডিজিটেল সংবাদ, গুৱাহাটীঃ তেৰ বছৰীয়া আইনী যুঁজত অৱশেষত জয়লাভ কৰিলে শুৱালকুছিৰ 'অসমীয়া প্ৰতিদিন’ৰ সাংবাদিক কনক ৰাজমেধিৰ পৰিয়ালে। যোৱা বৃহস্পতিবাৰে কামৰূপ গ্ৰাম্য জিলাৰ সত্ৰ ন্যায়াধীশ এ এফ এ বৰাৰ আদালতে কনক ৰাজমেধিক মানসিক হেঁচাৰে আত্মহননৰ পথ…
আৰু পঢ়ক...

 ১ অক্টোবৰৰ পৰা নতুন পদ্ধতিৰে চলিব ৰাজ্যৰ ১০৮ আৰু ১০২ সেৱা

ডিজিটেল সংবাদ, গুৱাহাটীঃ ১ অক্টোবৰৰ পৰা নতুন পদ্ধতিৰে চলিব ৰাজ্যৰ জৰুৰীকালীন সেৱা। লগতে গুজৰাটৰ কৰ্মচাৰীৰ সমহাৰত দৰমহা পাব অসমৰ কৰ্মচাৰীয়ে। ১০৮ আৰু ১০২ কৰ্মচাৰীসকলৰ সৈতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকৰ অন্তত শুকুৰবাৰে লোৱা হয় এই…
আৰু পঢ়ক...

যাত্ৰীক মাধমাৰ শোধাই ৩ অক্টোবৰৰ পৰা ৫০ শতাংশ বাছভাৰা বৃদ্ধিৰ ঘোষণা পৰিবহণ সন্থাৰ

ডিজিটেল ডেস্কঃ অহা ৩ অক্টোবৰৰ পৰা বৃদ্ধি পাব পাৰে বাছৰ ভাৰা। কেৱল বাছেই নহয় মালবাহী সামগ্ৰী কঢ়িওৱা বাহনৰ ভাৰাও সেই দিনটোৰ পৰা বৃদ্ধি পাব। সদৌ অসম মটৰ পৰিবহণ সন্থাই অসম চৰকাৰৰ পৰিবহণ বিভাগৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণৰ পিছতে এই সম্ভাৱনাই দেখা…
আৰু পঢ়ক...

ৰঙিয়াত ৪দিন ধৰি সন্ধানহীন ৩ শিশু

ডিজিটেল সংবাদ, তুলসীবাৰীঃ ৰঙিয়াৰ নিকটৱৰ্তী চিৰাখুন্দিৰ পৰা তিনিটাকৈ শিশু সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত বাতৰি মতে ১৮ ছেপ্টেম্বৰৰ পুৱাৰ ভাগত আতাউৰ ৰহমানৰ পুত্ৰ আৰিফুল আলী (৯), অহাৰ আলীৰ পুত্ৰ নজৰুল হক (১৩) আৰু ফজল…
আৰু পঢ়ক...

জুৰীয়াৰ ভয়াৱহ অগ্নিকাণ্ড, চাওঁক VIDEO

ডিজিটেল সংবাদ, জুৰীয়াঃ শুকুৰবাৰে জুৰীয়াত বিদ্যুৎ বিজুতিৰ বাবে সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। ১০ঘণ্টাৰ ভিতৰতে ৰাজ্যৰ আন দুই ঠাইত বিদ্যুতে জীৱন কাঢ়ি নিয়াৰ পাছত এইবাৰ জুৰীয়াত মৃতদূতৰ ৰূপ লয় বিদ্যুৎ বিভাগে। উল্লেখ্য যে, নগাঁৱৰ দক্ষিণ খাটোৱালত…
আৰু পঢ়ক...