শেহতীয়া খবৰ
দিল্লীত হ্ৰাস পাইছে কোৰোনাঃ কাৰ্ফিউ শিথিলতাৰ প্ৰস্তাৱত অনুমোদন...  •  অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ...  •  সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...

বেলটত বন্দী হ’ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ…

ডিজিটেল সংবাদ নাহৰকটীয়াঃ বৃহস্পতিবাৰে ৰাজ্যৰ চাৰি জিলাত অনুষ্ঠিত হ'ল ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন। ২১ টাকৈ পৰিষদীয় সমষ্টিত পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ল ভোট গ্ৰহণ প্ৰক্ৰিয়া। নাহৰকটীয়াৰ ২২ নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী
আৰু পঢ়ক...

ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত…

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ চান্দোৱাল পাৰাৰ এজন যুৱকৰ বিবাহে বৃহস্পতিবাৰে মঙলদৈত বিশেষ চৰ্চা লাভ কৰিছে। য’ত বিয়াৰ দৰাই অতিথিক আপ্যায়ন কৰাৰ সলনি ব্যস্ত ৰক্তদানত ৷ ৰভাৰ তলিতে পাতিছে ৰক্তদান শিবিৰ। অকল দৰাই নহয় দৰাৰ আত্মীয়ৰ লগতে বন্ধুবৰ্গইও
আৰু পঢ়ক...

ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়

ডিজিটেল সংবাদ ঢকুৱাখনা:  ঢকুৱাখনাৰ এগৰাকী প্ৰচাৰ বিমুখ ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱা। যাৰ সুকোমল হাতৰ স্পৰ্শত প্ৰাণ পাই উঠে বজ্ৰ কঠিন নিৰ্জীৱ পদাৰ্থই। যি নিজস্ব কৰ্ম সাধনা, সৃষ্টিশীলতা আৰু প্ৰজ্ঞাৰ বুকুচাত উঠি  সফলতা আৰু প্ৰশংসাৰ মেটমৰা
আৰু পঢ়ক...

ভাৰতীয় ৰে’লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন…

ডিজিটেল সংবাদ লামডিংঃ ভাৰতীয় ৰে'লত এতিয়া সুৰক্ষিত নহয় ৰে'লযাত্ৰী। এই কথাক প্ৰমাণ কৰিলে লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ হোৱা দুগৰাকী যাত্ৰীৰ ঘটনাই। বৃহস্পতিবাৰে লামডিং ৰে'লৱে ষ্টেচনত ৰে'লৱে কৰ্তৃপক্ষই অচেতন অৱস্থাত উদ্ধাৰ কৰে দুগাৰী ব্যক্তিক।
আৰু পঢ়ক...

বাক্সা জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা…

ডিজিটেল সংবাদ, বাক্সাঃ ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চাই আয়োজন কৰিছিল "সেৱা সপ্তাহ"। সেৱা সপ্তাহত গ্ৰহণ কৰি আহিছে বিভিন্ন কাৰ্যসূচী। তাৰ ভিতৰত অন্যতম কাৰ্যসূচী আছিল ছাত্র-ছাত্ৰীৰ মাজত থিতাতে লিখা ৰচনা
আৰু পঢ়ক...

বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই…

ডিজিটেল সংবাদ বাক্সা: এজন বিশেষ ব্যক্তি ৷ পেচাত এগৰাকী ফাৰ্মাচিষ্ট ৷ ঔষধ বিক্ৰী কৰিয়ে চলাই সংসাৰ ৷ পিচে এইগৰাকী ব্যক্তিয়ে নিজৰ পুথিভঁৰালত সংৰক্ষণ কৰা প্ৰায় দুই সহস্ৰাধিক মূল্যবান গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক ( বড়ো সাহিত্য সভাক) ৷ এই
আৰু পঢ়ক...

চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে’ললৈ প্ৰেৰণ….

ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকো থানাৰ আৰক্ষীয়ে পলাশবাৰী থানাৰ বিজয়নগৰত অভিযান চলাই চোৰাং চুপাৰি জব্দ কৰাৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । বৃহস্পতিবাৰে আটকাধীন তিনিওকোজে'ললৈ প্ৰেৰণ কৰা হৈছে । জে'ললৈ প্ৰেৰণ কৰা লোক
আৰু পঢ়ক...

৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা…

গোলাঘাটত শ্ৰমিকৰ হাতত নিধন এটা নাহৰফুটুকী।গোলাঘাটৰ কুঞ্জপুৰত সংঘটিত হৈছে এই ঘটনা। কুঞ্জপুৰৰ বিজুলী চাহ বাগিচাৰ ৪ গৰাকী শ্ৰমিক আহত হৈছিল নাহৰফুটুকীটোৰ আক্ৰমণত। ইয়াৰ পিছতে শ্ৰমিকে মৰিয়াই মৰিয়াই হত্যা কৰে নাহৰফুটুকীটোক।ইতিমধ্যে বন বিভাগৰ লোক
আৰু পঢ়ক...

বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ…

ডিজিটেল সংবাদ বাক্সাঃ বাক্সাৰ মুছলপুৰত তৰমুজ খেতিৰে স্বাৱলম্বী ৰকি মোছাহাৰী। সুদীৰ্ঘ বছৰ ধৰি তৰমুজ খেতিৰে স্বাৱলম্বী হোৱা বাক্সাৰ মুছলপুৰৰ ৰকি মোছাহাৰীৰ কৃষিডৰা পৰিদৰ্শন কৰে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে। বৃহস্পতিবাৰে
আৰু পঢ়ক...

নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক…

নগাঁৱত পুনৰ চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দ।চোৰাঙকৈ গৰু কঢ়িয়াই নি থকা অৱস্থাত গাড়ীখন জব্দ কৰে আৰক্ষীয়ে।উৰিয়াগাঁও-ডিমৌ বাইপাচত জব্দ কৰা হৈছে গাড়ী খন।নগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে গৰুসহ জব্দ কৰা গাড়ীখনৰ নম্বৰ হৈছে এ এছ ০১ চি চি ৮২৬০।গাড়ীখনৰ
আৰু পঢ়ক...