শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল ৯০ বছৰীয়া পিতৃৰ…

ডিজিটেল সংবাদ নগাঁও : নিজ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ ৷ ৯০ বছৰীয়া পিতৃ ইমান আলিক পুত্ৰই লাঠিৰে প্ৰহাৰ কৰাৰ বাবে মঙ্গল বাৰৰ নিশা চিকিৎসাধীন অৱস্হাত মৃত্যুক সাৱতি লয় ৷ বুধবাৰে মৃত ইমান আলিৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজি
আৰু পঢ়ক...

ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ…

ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ।ধুবুৰী থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত গ্রেপ্তাৰ গোপাল চন্দ্র মালাকাৰক।মালাকাৰৰ বিৰুদ্ধে আবণ্টিত ধন আত্মসাতৰ অভিযোগ।ধন লুণ্ঠনৰ অভিযোগ আছিল পূৰ্বৰ অধ্যক্ষ সন্তোষ কুমাৰ
আৰু পঢ়ক...

সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা…

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল। চৰকাৰে আগতীয়াকৈ মথাউৰি মেৰামতিৰ কাম নকৰিলে। এতিয়া বানপানীৰ ফলত ৰাইজ ক্ষতিগ্রস্ত হৈছে। বানাক্রান্তক সাহায্য দিয়াতো ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। কোটি টকা খৰচ কৰি
আৰু পঢ়ক...

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ…

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ। দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবেই তেওঁক বহিষ্কাৰ।অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই বহিষ্কাৰ কৰিলে ডেকাক। নীলমণি সেন ডেকাৰ বহিষ্কাৰে দলটোত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া। কংগ্ৰেছ
আৰু পঢ়ক...

নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….

ডিজিটেল সংবাদ নাহৰলগুণঃ ব'হাগ মাহৰ শেষৰটো দিনত অৰুণাচল প্ৰদেশৰ ইটানগৰ আৰু নাহৰলগুনত বসবাস কৰি থকা অসমৰ লোকসকলে জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে বিগত ২২ বছৰ ধৰি আয়োজন কৰি অহা ৰঙালী বিহু সন্মিলন যোৱা দেওবাৰে আৰম্বৰপূৰ্ণভাৱে আয়োজন কৰে। অৰুণাচল
আৰু পঢ়ক...

ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ…

ডিজিটেল সংবাদ কলিয়াবৰ: গুৱাহাটীত অনুষ্ঠিত তৃতীয় India KWF Open Full Contact Karate Championshipত অসমক প্ৰতিনিধিত্ব কৰি উজ্বলিল কলিয়াবৰৰ খেলুৱৈৰ দল। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত এই কাৰাটে প্ৰতিযোগিতাত ৩ টা সোণ, ৫ টা ৰূপ আৰু ১৩টা ব্ৰঞ্জৰ পদক
আৰু পঢ়ক...

বান পীড়িতৰ মাজত খাদ্য সামগ্ৰী বিতৰণ ভাৰতীয় সেনাৰ…

হোজাইত অপৰিৱৰ্তিত বান পৰিস্থিতি। জিলাখনৰ বিভিন্ন স্থানত ভাৰতীয় সেনাৰ বান সাহায্য বিতৰণ।বানাক্রান্তৰ মাজত খাদ্য সামগ্রী বিতৰণ ভাৰতীয় সেনাৰ। তেজপুৰৰ সেনা চাউনিৰ পৰা বিতৰণ কৰা হৈছে খাদ্য সামগ্রী। খাদ্য সামগ্ৰী বিতৰণৰ লগতে অব্যাহত আছে উদ্ধাৰ
আৰু পঢ়ক...

বিজেপি চৰকাৰক ধিক্কাৰ জীপাল, আদিবাসী-চাওতাল ছাত্ৰ সন্থাৰ…

ডিজিটেল সংবাদ, বোকাখাত: বুধবাৰে বোকাখাতত জীপাল কৃষক শ্ৰমিক সংঘ, আদিবাসী ছাত্ৰ সন্থা,চাওতাল ছাত্ৰ সন্থাই সম্প্ৰতি উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী সমদল গঢ়ি তোলে বোকাখাত ৰাজআলিত। ইয়াৰ উপৰিও মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্ৰী ড' হিমন্ত
আৰু পঢ়ক...

অভিজিৎ অসম এক কাল্পনিক চৰিত্ৰ ! ডাঃ মুকুল হাজৰিকা, আলফা সন্দৰ্ভত অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া

লণ্ডনৰ পৰা ভাৰতলৈ ঘূৰাই অনা হ'ব ডাঃ মুকুল হাজৰিকাক।ডাঃ মুকুল হাজৰিকাকে অভিজিৎ অসম বুলি সন্দেহ কৰি অহা হৈছে। অভিজিৎ অসম সম্পৰ্কত অনুপ চেতিয়াৰ প্রতিক্রিয়া।অভিজিৎ অসম ভাৰতলৈ ঘূৰি অহাটো সহজ নহয়। অভিজিৎ অসম এক কাল্পনিক চৰিত্র। ডাঃ মুকুল
আৰু পঢ়ক...

হাউলীৰ ইটাৰভিঠাত উদ্ধাৰ যুৱকৰ মৃতদেহ…

বৰপেটাত উদ্ধাৰ হৈছে এটা মৃতদেহ। বৰপেটাৰ হাউলীৰ ইটাৰভিঠাত উদ্ধাৰ হৈছে মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো এজন যুৱকৰ। ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত উদ্ধাৰ মৃতদেহটো।মৃত যুৱকজনৰ ডিঙিত বন্ধা আছে এডাল তাঁৰ।মৃতদেহটো নিশা পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয়
আৰু পঢ়ক...