শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

গৰুখুঁটিত কি হৈ আছে !

মৃদুল কুমাৰ সন্দিকৈ গৰুখুঁটি কেনেদৰে চৰ্চালৈ আহিল? গৰুখুঁটিকলৈ ৰাজনীতি হৈছে। আৰক্ষীৰে হোৱা প্ৰচণ্ড সংঘৰ্ষত ছিপাঝাৰৰ ৩ নম্বৰ ধলপুৰত ২৩ ছেপ্টেম্বৰ ২০২১ত সংঘটিত হৈছিল সংঘৰ্ষ। আৰক্ষী আৰু সেই স্থানত বাস কৰা লোকসকলৰ মাজত উচ্ছেদ চলাবলৈ…
আৰু পঢ়ক...

উপনিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুক্ষম আঘাত…

কংগ্ৰেছত অব্যাহত আছে তীব্ৰ খহনীয়া।নগাঁৱৰ প্রাক্তন বিধায়ক দুৰ্লভ চমুৱাৰ কংগ্রেছ দল ত্যাগ।প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্র প্রেৰণ।শীঘ্রেই প্ৰাক্তন বিধায়ক গৰাকী বিজেপিত যোগদানৰ সম্ভাৱনা।
আৰু পঢ়ক...

দিল্লীৰ ৰোহিনী আদালতত প্ৰচণ্ড গুলীচালনা…

দিল্লীৰ ৰোহিনী আদালতত প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।এই সংঘৰ্ষত বৰ্তমানলৈকে নিহত হৈছে তিনি জনলোক।প্ৰাপ্ত তথ্য মতে দিল্লীৰ দাগী অপৰাধী জিতেন্দ্ৰ গোগীৰ মৃত্যু হৈছে এই গুলীচালনাত ।দিল্লীৰ ৰোহিনী আদালতত গেংষ্টাৰ গোগীলৈ লক্ষ্য…
আৰু পঢ়ক...

মহানগৰীত ৰহস্যজনক আত্মহত্যা

মহানগৰীৰ ভঙাগড়স্থিত পল্লৱী মটৰচৰ এগৰাকী কৰ্মচাৰীৰ ৰহস্যজনক আত্মহত্যা ।প্ৰতিষ্ঠানটোৰ বাথৰূমত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰ্মচাৰী জনৰ মৃত দেহ।আত্মহত্যা কৰা কৰ্মচাৰী জনৰ ঘৰ লক্ষীমপুৰত বুলি জানিব পৰা গৈছে।মৃত কৰ্মচাৰিজনৰ নাম বিদ্যুৎ বিকাশ…
আৰু পঢ়ক...

বকোত ৰাভা হাছং সংগ্ৰাহলয়ক কেন্দ্ৰ কৰি হোৱা সংঘাতত চেপা উত্তেজনা…

ডিজিটেল সংবাদ,বকোঃ কামৰূপ জিলাৰ বকোত ৰাভা হাছং সংগ্ৰাহলয়ক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ ঘটনাই শুকুৰবাৰেও চেপা উত্তেজনা বিৰাজ কৰিছে । বৃহস্পতিবাৰে বকোৰ বকো-শনিবৰীয়াপথত থকা ৰাভা হাছং সংগ্ৰাহলয়ত ৰাভা হাছং সংগ্ৰাহলয় পৰিচালনা সমিতি আৰু ৰাভা…
আৰু পঢ়ক...

নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল…

এ আই ইউ ডি এফ এৰিলে দলটোৰ সাধাৰণ সম্পাদক মামুন ইমদাদুল হক চৌধুৰী য়ে। নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল মামুন ইমদাদুল হক চৌধুৰী ।২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনত তেওঁক এ আই ইউ ডি এফে দিয়া নাছিল প্ৰাৰ্থিত্ব। গৰুখুঁটিৰ ঘটনাৰ পাছত প্ৰতিবাদ…
আৰু পঢ়ক...

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়ত চোৰৰ চাফাই অভিযান…

ডিজিটেল সংবাদ,ঢকুৱাখনা: মিচিং স্বায়ত্ব শাসিত পৰিষদৰ গোগামুখৰ সচিবালয় চৌহদৰ ভিতৰৰ পৰা ডিজিটেল জেনেৰেটৰৰ এটা বৃহৎ বেটেৰী চুৰ কৰি ৰঙাঘৰৰ আলহী হ'ব লগা হৈছে তিনিটা গভাইত চুৰ। যোৱা ২২ ছেপ্টেম্বৰৰ…
আৰু পঢ়ক...

ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি…

ডিজিটেল সংবাদ ঢকুৱাখনা:  গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ সাংবাদিক আৰু সাংবাদিকতাৰ পবিত্ৰ গৰিমাত কালিমা সানি ঢকুৱাখনাৰ এজন সাংবাদিকে প্ৰদান কৰা প্ৰাণনাশৰ ভাবুকিৰ গোচৰৰ অৱশেষত স্থায়ী নিষ্পত্তি ঘটিল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঘিলামৰা…
আৰু পঢ়ক...

গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ মঙলদৈঃ দৰঙৰ ছিপাঝাৰ ধলপুৰৰ গৰুখঁটিত উচ্ছেদৰ নামত নিৰ্মম গুলিচালনাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নিলম্বণৰ লগতে নিহত-আহত সকলৰ আত্মীয়ক উপযুক্ত ক্ষতিপূৰণৰ দিয়াৰ দাবীত শুকুৰবাৰে মঙলদৈত উপায়ুক্তৰ কাৰ্যালয় সন্মুখত…
আৰু পঢ়ক...

গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি…

ছিপাঝাৰৰ গৰুখুটিৰ ঘটনা সন্দৰ্ভত ৰাইজৰ দলৰ সংবাদমেল।সংবাদ মেলত গৰুখুটিৰ ঘটনাক বেআইনী ,অমানৱীয় আখ্যা দলটোৰ।গৰুখুটিৰ জনতাক পুনৰ সংস্থাপন দিবলৈ দাবী ৰাইজৰ দলৰ।এই উচ্ছেদক বেআইনী ,চৰকাৰ, প্ৰশাসনৰ বৰ্বৰতা বুলি মন্তব্য ৰাইজৰ দলৰ।বিকল্প সংস্থাপন…
আৰু পঢ়ক...