শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

গব্বৰৰ শতক, অষ্ট্ৰেলিয়াৰ সন্মুখত ৩৫৯ ৰানৰ বিজয় লক্ষ্য ভাৰতৰ

286
  • দেওবাৰে মোহালীৰ বৃন্দা ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাৰ চতুৰ্থখন খেল অনুষ্ঠিত।
  • অষ্ট্ৰেলিয়াৰ সন্মুখত ৩৫৮ ৰানৰ বিজয় লক্ষ্য বান্ধি দিয়ে ঘৰুৱা দলটোৱে।
  • ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে শিখৰ ধাৱানে।
  • ১১৫ টা বলত ১৪৩ ৰান সংগ্ৰহ শিখৰ ধাৱানৰ।
  • এদিনীয়া শৃংখলাত ১৬ সংখ্যক শতক অৰ্জন ভাৰতীয় ক্ৰিকেটৰ গব্বৰ খ্যাত শিখৰ ধাৱানৰ।
  • ৯৫ ৰানেৰে দলৰ স্ক’ৰবোৰ্ড বৰ্ধনত পূৰ্ণ সহযোগ আগবঢ়ায় ৰোহিত শৰ্মাইও।
  • একেৰাহে দুটাকৈ শতক অৰ্জনৰ পিছত দেওবাৰৰ খেলত ব্যৰ্থ কেপ্টেইন কোহলী।
  • ৬ বলত মাত্ৰ ৭ ৰান কৰিয়েই পেভিলিয়নলৈ উভতিল কোহলী।
  • নিৰ্ধাৰিত ৫০ অভাৰত ৯ উইকেটৰ বিনিময়ত ভাৰতৰ ৩৫৮ ৰান সংগ্ৰহ।
  • অষ্ট্ৰেলিয়াৰ হৈ পেট কামিনছে দখল কৰিবলৈ সক্ষম হয় ৫টাকৈ উইকেট।
  • পেট কামিনছে ১০ অভাৰত ৭০ ৰান দি দখল কৰে উইকেটকেইটা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি