অষ্ট্ৰেলিয়াৰ কিম্বদন্তী ক্ৰিকেটাৰ ডীন জ’নছৰ মুম্বাইত হৃদজনিত ৰোগত মৃত্যু…

  • অষ্ট্ৰেলিয়াৰ কিম্বদন্তী ক্ৰিকেটাৰ ডীন জ'নছৰ মৃত্যু।
  • ৫৯বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অষ্ট্ৰেলিয়াৰ কিম্বদন্তী ক্ৰিকেটাৰগৰাকীয়ে।
  • হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ক্ৰিকেটাৰগৰাকী।
  • উল্লেখ্য যে, আই পি এলৰ বাবে বিগত কিছুদিন ধৰি মুম্বাইতে আছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকী।
  • আই পি এলত কমেন্ট্ৰিও কৰি আছিল ক্ৰিকেটাৰগৰাকীয়ে।
  • এই খবৰ বিয়পি পৰাৰ লগে লগে বিশ্বৱ ক্ৰিকেটত শোকৰ লহৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in