শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

অষ্ট্ৰেলিয়াৰ কিম্বদন্তী ক্ৰিকেটাৰ ডীন জ’নছৰ মুম্বাইত হৃদজনিত ৰোগত মৃত্যু…

1,187
  • অষ্ট্ৰেলিয়াৰ কিম্বদন্তী ক্ৰিকেটাৰ ডীন জ’নছৰ মৃত্যু।
  • ৫৯বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অষ্ট্ৰেলিয়াৰ কিম্বদন্তী ক্ৰিকেটাৰগৰাকীয়ে।
  • হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ক্ৰিকেটাৰগৰাকী।
  • উল্লেখ্য যে, আই পি এলৰ বাবে বিগত কিছুদিন ধৰি মুম্বাইতে আছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকী।
  • আই পি এলত কমেন্ট্ৰিও কৰি আছিল ক্ৰিকেটাৰগৰাকীয়ে।
  • এই খবৰ বিয়পি পৰাৰ লগে লগে বিশ্বৱ ক্ৰিকেটত শোকৰ লহৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি