ছীডনীত আতচবাজীৰে নৱবৰ্ষক আদৰণি, চাওঁক VIDEO

ছীডনীত আতচবাজীৰে নৱবৰ্ষক আদৰণি, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই আৰম্ভ হ'ব নৱবৰ্ষ। সমগ্ৰ বিশ্বতেই নৱবৰ্ষ উপলক্ষে উদযাপন কৰা হৈছে। বছৰটোৰ অন্তিম দিন বুলি বিভিন্ন জনে ছ'চিয়েল মিডিয়াত পোষ্ট দিয়া দেখা পোৱা গৈছে। আনহাতে, অষ্ট্ৰেলিয়াত আতচবাজীৰে আদৰা হৈছে ২০২১ বৰ্ষ। অতি সুন্দৰকৈ অষ্ট্ৰেলিয়াৰ ছীডনীত কৰা হৈছে আতচবাজী প্ৰদৰ্শন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in