শেহতীয়া খবৰ
কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক  •  ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...

ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড

96
  • ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড।
  • প্ৰথমে বেট ধৰি অষ্ট্ৰেলিয়াই বান্ধি দিয়া ২৮৬ ৰানৰ লক্ষ্যত উপনীত হোৱাত বিফল আয়োজক দলটো।
  • ৪৪ অভাৰ ৪ টা বলত ইংলেণ্ডে আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২২১ ৰান।
  • মেচখনত অষ্ট্ৰেলিয়া জয়ী হৈছে ৬৪ ৰানত।
  • অষ্ট্ৰেলিয়াৰ হৈ সৰ্ব্বোচ্চ ১০০ ৰান সংগ্ৰহ কৰে এৰ’ন ফিন্সে।
  • অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক জেচন বেহৰেণড্ৰফে লাভ কৰে ৫ টা উইকেট।
  • ইংলেণ্ডৰ হৈ সৰ্ব্বোচ্চ বেন ষ্টকচে সংগ্ৰহ কৰে ৰান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি