অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ী হ’বৰ বাবে বাংলাদেশক প্ৰয়োজন ৩৮২ ৰান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ী হ’বৰ বাবে বাংলাদেশক প্ৰয়োজন ৩৮২ ৰান
  • ক্ৰিকেট বিশ্বকাপ-২০১৯ত বাংলাদেশৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ৫ উইকেটৰ বিনিময়ত ৫০ অভাৰত সংগ্ৰহ ৩৮১ ৰান।
  • টছত জয়ী হৈ প্ৰথমে বেটিং কৰিছিল অষ্ট্ৰেলিয়াই।
  • বাংলাদেশক জয়ী হোৱাৰ বাবে প্ৰয়োজন ৩৮২ ৰান।
  • অষ্ট্ৰেলিয়াৰ হৈ সৰ্ব্বোচ্চ ১৬৬ ৰান সংগ্ৰহ ডেভিদ ৱাৰ্নাৰৰ।
  • আনহাতে উচমান খাৱাজাই সংগ্ৰহ কৰে ৮৯ ৰান।
  • বাংলাদেশৰ হৈ সৌময়া সৰকাৰে দখল কৰে সৰ্বাধিক ৩ টা উইকেট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in