২২ ডিচেম্বৰত অপহৰণ কৰা কুইপৰ দুই বিষয়াক মুক্তি আলফা স্বাধীনৰ…

২২ ডিচেম্বৰত অপহৰণ কৰা কুইপৰ দুই বিষয়াক মুক্তি আলফা স্বাধীনৰ…
  • কুইপৰ দুই বিষয়াক মুক্তি আলফা স্বাধীনৰ।
  • কুইপৰ নামৰ তৈল প্ৰতিষ্ঠানত কৰ্মৰত আছিল দুয়ো।
  • তৈল খনৰ দুই অপহৃত বিষয়াক মুক্তি আলফা স্বাধীনৰ।
  • মুক্তি দিলে আলফা এনএছচিএন গোটে।
  • অৰুণাচলৰ দায়ুনৰ পৰা অপহৰণ কৰা হৈছিল দুয়োকে।
  • বিষয়া দুজনৰ নাম প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ।
  • ২২ ডিচেম্বৰত সংঘটিত হৈছিল অপহৰণ কাণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in