সাধাৰণ ভোটাৰৰ সৈতে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত মন্ত্ৰী অতুল বৰাৰ

সাধাৰণ ভোটাৰৰ সৈতে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত মন্ত্ৰী অতুল বৰাৰ
  • ভোটদান কৰিলে মন্ত্ৰী অতুল বৰাই।
  • বোকাখাতত ভোটদান কৰে অসম গণ পৰিষদৰ সভাপতিগৰাকীয়ে।
  • সাধাৰণ ভোটাৰৰ সৈতে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰে অতুল বৰাই।
  • 'পঞ্চায়ত নিৰ্বাচনত অগপই আশানুৰুপ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব।'
  • ভোটদানৰ পিছত এই মন্তব্য কৰে অগপৰ সভাপতিগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in