ভকত-বৈষ্ণৱক জৈৱিক পাচলি খুৱাব কৃষি বিভাগেঃ মন্ত্ৰী অতুল বৰা

ফাইল ফটো
ফাইল ফটো
  • বোকাখাতত গঠন হ'ল শংকৰ সংঘৰ আদৰণি সমিতি।
  • শংকৰ সংঘৰ ৮৯সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব বোকাখাতত।
  • এই অনুষ্ঠানত উপস্থিত থাকে অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা।
  • মন্ত্ৰীজনে অনুষ্ঠানত উপস্থিত থাকি কৰে কেইবাটাও মন্তব্য।
  • 'ভকত-বৈষ্ণৱক জৈৱিক পাচলি খুৱাব কৃষি বিভাগে।'
  • 'ইয়াৰ বাবে কৃষি বিভাগে প্ৰস্তুত কৰিব বিশেষ আঁচনি।'
  • ইফালে আগন্তুক লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰতো মন্তব্য কৰে মন্ত্ৰীজনে।
  • লোকসভাৰ ফলাফলক লৈ নিশ্চিত নহয় বুলি মন্তব্য কৰে মন্ত্ৰীজনে।
  • তেওঁ কয়- অগপৰ ৩ আসনত ফলাফল হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in