সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব অতুল বৰাই…

সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব অতুল বৰাই…
  • সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ।
  • দেওবাৰে বোকাখাত সমষ্টিত উপস্থিত হয় বৰা ।
  • অতুল বৰাৰ মনোনয়ন পত্ৰ দাখিল কৰা সময়ত সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা বৈজয়ন্ত পাণ্ডাই ।
  • ইফালে সোমবাৰে গোলাঘাটৰ পৰা বিজেপি নেত্ৰী অজন্তা নেওগেও মনোনয়ন পত্ৰ দাখিল কৰিব ।
  • অজন্তা নেওগক সংগ দিব ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in