মনোনয়ন যাত্ৰাৰ সময়তে কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলীৰ ওপৰত আক্ৰমণ, ভাঙি লণ্ড ভণ্ড কৰিলে বাহন…

মনোনয়ন যাত্ৰাৰ সময়তে কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলীৰ ওপৰত আক্ৰমণ, ভাঙি লণ্ড ভণ্ড কৰিলে বাহন…
  • মনোনয়ন দাখিল কৰিবলৈ যোৱা সময়তে শুকুৰ আলী আহমেদক আক্ৰমণ উত্তেজিত সমৰ্থকৰ।
  • মনোনয়ন দাখিলৰ বাবে যিখন বাহন নিছিল সেই বাহনখন ভাঙি লণ্ড ভণ্ড কৰে এই উত্তেজিত লোকসকলে।
  • এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ।
  • উল্লেখ্য যে, চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদ।
  • পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উক্ত স্থানত উপস্থিত হয় আৰক্ষীৰ লোক।
  • খাদ্য আৰু তেলৰ কুপন নোপোৱাৰ অভিযোগ তুলি এনেদৰে আক্ৰমণ চলাই সমৰ্থকসকলে।
  • এই আক্ৰমণৰ ফলত মনোনয়ন দাখিলেই কৰিব নোৱাৰিলে প্ৰাৰ্থীগৰাকীয়ে।
  • বাঁহ-লাঠীৰে কোবাই কোবাই ভাঙি লণ্ড ভণ্ড কৰে শুকুৰ আলী আহমেদৰ বাহনখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in