শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

ন’ৰৱেৰ তেলৰ টেংকাৰ কঢ়িয়াই নিয়া জাহাজত আক্ৰমণ, তিনিটাকৈ বিস্ফোৰণ সংঘটিত…

406

ডিজিটেল ডেস্কঃ ন’ৰৱেৰ তেল কঢ়িয়াই নিয়া জাহাজ ফ্ৰণ্ট অল্টেয়াৰত অ’মানৰ সাগৰপৃষ্ঠত বৃহস্পতিবাৰে চলোৱা হয় আক্ৰমণ। জাহাজখনত তিনিটা বিস্ফোৰণ সংঘটিত কৰা হয় যদিও, কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই। এই কথা জনায় ন’ৰৱেৰ মেৰিটাইম অথিৰিটীয়ে।

লগতে জনায় যে, এই সাগৰীয় এলেকাটোত ক’কুকা কৰেজিয়ছ নামৰ জাহাজখনৰ ওপৰতো আক্ৰমণ চলোৱা হৈছিল। উল্লেখ্য যে, ফ্ৰন্ট অল্টেয়াৰত আক্ৰমণৰ সয়ত ১লাখ ১১হাজাৰ টন ওজনৰ তেল আছিল। বিস্ফোৰণৰ ফলত এই তেলৰ টেংকাৰত সংঘটিত হয় অগ্নিকাণ্ড।

জানিব পৰা মতে, ১৩জুনৰ পুৱা প্ৰায় ৬ বজাত অমিৰাত আৰু ইৰাণৰ সাগৰীয় সীমান্তৰ মাজত ফ্ৰন্ট অল্টেয়ৰ জাহাজখনত আক্ৰমণ চলোৱা হৈছিল। মাৰ্শ্বেল দ্বীপৰ পতাকা থকা এই টেংকাৰত তিনিটা বিস্ফোৰণ সংঘটিত হোৱাৰ পাছত কথমপি প্ৰাণৰক্ষা কৰি জাহাজ চালকৰ এটা দলে কাষেৰে পাৰ হৈ যোৱা আন এখন জাহাজত উঠে। অৱশ্যে বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি