শেহতীয়া খবৰ
উত্তৰাখণ্ডত বন্যহস্তীৰ জাকে চলালে বাহনত আক্ৰমণ...  •  চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  শ্লোগানতে সীমাবদ্ধ চৰকাৰৰ বিকাশ নীতি! লখিমপুৰ-বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী গাঁৱৰ জনতাৰ মান্ধাতা যুগীয়া জীৱন...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...

৩ দিন পূৰ্বে কংগ্ৰেছত যোগ দিয়া প্ৰাক্তন বিএছপি নেতাক আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

328
  • মধ্যপ্ৰদেশৰ দামোহত কংগ্ৰেছ নেতাক আক্ৰমণ দুৰ্বৃত্তৰ।
  • তিনিদিন পূৰ্বে কংগ্ৰেছত যোগদান কৰা দেবেন্দ্ৰ চৌৰাছীয়াক আক্ৰমণ দুৰ্বৃত্তৰ।
  • পূৰ্বে বি এছ পিৰ নেতা আছিল দেবেন্দ্ৰ।
  • শুকুৰবাৰে ঘৰলৈ আহি থকা অৱস্থাতে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় নেতাজন।
  • তেওঁক আক্ৰমণ কৰা দলটোত আছিল ৭-৮জন যুৱক।
  • স্থানীয় লোকে উদ্ধাৰ কৰি মুমূৰ্ষ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে দেবেন্দ্ৰ চৌৰাছীয়াক।
  • কিন্তু চিকিৎসাধীন অৱস্থাতেই মৃত্যু ঘটে দেবেন্দ্ৰৰ।
  • ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যকৰ পৰিৱেশৰ।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি