৩ দিন পূৰ্বে কংগ্ৰেছত যোগ দিয়া প্ৰাক্তন বিএছপি নেতাক আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

৩ দিন পূৰ্বে কংগ্ৰেছত যোগ দিয়া প্ৰাক্তন বিএছপি নেতাক আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু
  • মধ্যপ্ৰদেশৰ দামোহত কংগ্ৰেছ নেতাক আক্ৰমণ দুৰ্বৃত্তৰ।
  • তিনিদিন পূৰ্বে কংগ্ৰেছত যোগদান কৰা দেবেন্দ্ৰ চৌৰাছীয়াক আক্ৰমণ দুৰ্বৃত্তৰ।
  • পূৰ্বে বি এছ পিৰ নেতা আছিল দেবেন্দ্ৰ।
  • শুকুৰবাৰে ঘৰলৈ আহি থকা অৱস্থাতে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় নেতাজন।
  • তেওঁক আক্ৰমণ কৰা দলটোত আছিল ৭-৮জন যুৱক।
  • স্থানীয় লোকে উদ্ধাৰ কৰি মুমূৰ্ষ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে দেবেন্দ্ৰ চৌৰাছীয়াক।
  • কিন্তু চিকিৎসাধীন অৱস্থাতেই মৃত্যু ঘটে দেবেন্দ্ৰৰ।
  • ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যকৰ পৰিৱেশৰ।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in