লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ

লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ
  • লখিমপুৰৰ বিজেপি প্ৰাৰ্থীত্ব প্ৰত্যাশী মকুল বৰাৰ বাসগৃহত আক্ৰমণ।
  • নিশা দুৰ্বৃত্তই আক্ৰমণ কৰে বৰাৰ বাসভৱনত।
  • আক্ৰমণত চুৰ্ণ-বিচুৰ্ণ হয় মুকুল বৰাৰ স্কৰপিঅ' বাহন।
  • নিশা নাকাড়ী লম্বোদৰ পথত এই আক্ৰমণৰ ঘটনা।
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in