ভয়ংকৰ ভূমিস্খলনঃ নিহত ৫০

ফাইল ফটো
ফাইল ফটো
  • ম্যানমাৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।
  • জেড মাইন অঞ্চলত ভূমিস্খলন হোৱাৰ ফলত ৫০জনৰো অধিক লোকৰ প্ৰাণহানি।
  • এ এফ পিয়ে এই সন্দৰ্ভত প্ৰকাশ কৰিছে বাতৰি।
  • শতাধিক লোক এই ঘটনাত আহত হোৱাৰ লগতে বহুজনৰ সা-সম্পত্তিৰ বিস্তৰ ক্ষতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in