শেহতীয়া খবৰ
গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...  •  বান্দৰদেৱাত কাছ সৰবৰাহ কৰি আটক হ'ল দুজন...

ভয়ংকৰ ভূমিস্খলনঃ নিহত ৫০

142
  • ম্যানমাৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।
  • জেড মাইন অঞ্চলত ভূমিস্খলন হোৱাৰ ফলত ৫০জনৰো অধিক লোকৰ প্ৰাণহানি।
  • এ এফ পিয়ে এই সন্দৰ্ভত প্ৰকাশ কৰিছে বাতৰি।
  • শতাধিক লোক এই ঘটনাত আহত হোৱাৰ লগতে বহুজনৰ সা-সম্পত্তিৰ বিস্তৰ ক্ষতি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি